UPSC Civil Services (Main) Examination 2026 — Assamese Literature Paper I: Question Paper | Plutus IAS

UPSC Civil Services (Main) Examination 2026 — Assamese Literature Paper I: Question Paper | Plutus IAS

The questions below are from Assamese Literature Paper I of UPSC Civil Services (Main) Examination 2026 (held 2026-08-30) — the actual paper, which is public government content. This page carries the questions for reference and revision; model answers for this paper are not published here.

Official paper (PDF): upsc.gov.in.

  1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখা : 10×5=50 – (a) অসমীয়া ভাষাৰ বিকাশৰ স্তৰকেইটাৰ পৰিচয় দি এটি টোকা লিখা । – (b) অসমীয়া ভাষাৰ উপভাষাকেইটাৰ পৰিচয় দি টোকা যুগুত কৰা । – (c) অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা । – (d) অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখা । – (e) অসমীয়া ভাষাৰ বিশিষ্ট স্বৰবৰ্ণবোৰ নিৰ্ণয় কৰি আখৰৰ লগত মিল অমিল দেখুওৱা ।
  2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : – (a) অসমীয়া ভাষাৰ শব্দমালাৰ উৎসবোৰ নিৰ্ণয় কৰি প্ৰবন্ধ যুগুত কৰা । 20 – (b) স্বাৰ্থিক প্ৰত্যয় বুলিলে কি বুজা ? অসমীয়া ভাষাৰ স্বাৰ্থিক প্ৰত্যয়ৰ ব্যৱহাৰৰ বিশেষত্ব দেখুৱাই টোকা প্ৰস্তুত কৰা । 15 – (c) মান্য অসমীয়া ভাষাৰ লগত কামৰূপী উপভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহৰ এটি তুলনামূলক আলোচনা যুগুত কৰা । 15
  3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : – (a) চমু টোকা লিখা : 5×4=20 – (i) সমীভৱন – (ii) ঘোষীভৱন – (iii) অনুনাসিকতা – (iv) স্বৰসঙ্গতি – (b) চমু টোকা লিখা : 5×3=15 – (i) প্ৰাচীন ভাৰতীয় আৰ্যভাষা – (ii) নিৰ্দিষ্টতাবাচক প্ৰত্যয় – (iii) অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ – (c) চমু টোকা লিখা : 5×3=15 – (i) কানাই বৰশীৰোৱা শিলালিপি – (ii) 'চৰ্যাপদ'ৰ ভাষাগত বৈশিষ্ট্য – (iii) মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য KVMS-U-ASM/23 2
  4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : – (a) অসমীয়া লিপিৰ উত্তৰ আৰু বিকাশ দেখুওৱা, লগতে প্ৰাচীন অসমীয়া আখৰৰ নিদৰ্শনযুক্ত শিলালিপি আৰু তাম্ৰলিপি কেইখনমানৰ নাম ক্ৰম অনুসৰি লিখা। 20 – (b) কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ কৃৎপ্ৰত্যয়বোৰ দেখুৱাই টোকা যুগুত কৰা। 15 – (c) অসমীয়া গদাৰ বিকাশত বুৰঞ্জী সাহিত্যৰ স্থান নিৰ্ণয় কৰি বুৰঞ্জীৰ গদাৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। 15 # **SECTION—B**
  5. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখা : 10×5=50 – (a) 'অসমীয়া সমালোচনা সাহিত্য' শীৰ্ষক এটি প্ৰবন্ধ লিখা। – (b) বৰণ্যাসবাদ সম্পৰ্কে এটি টোকা যুগুত কৰা। – (c) চুটিগল্পৰ সংজ্ঞা নিৰ্ণয় কৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। – (d) সাহিত্যৰ বিভিন্ন বিধবোৰৰ (genres) পৰিচয় দিয়া। – (e) উপন্যাসৰ স্বৰূপ বিশ্লেষণ কৰি উপন্যাসৰ উপাদানসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱা।
  6. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : – (a) আধুনিক অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ অৱদান সম্পৰ্কে পৰ্যালোচনা কৰা। 20 – (b) অসমীয়া ধেমেলীয়া বা প্ৰহসন নাট সম্পৰ্কে এটি বিৱৰণাত্মক টোকা প্ৰস্তুত কৰা। 15 – (c) সাম্প্ৰতিক অসমীয়া কবিতাৰ বিষয়বস্তুৰ নতুনত্ব সম্পৰ্কে নিদৰ্শনসহ আলোচনা কৰা। 15 KVMS-U-ASM/23 3 [P.T.O.]
  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখা : (a) 'গ্ৰন্থবাদ (Classicism)' বুলিলে কি বুজা? গ্ৰন্থবাদৰ আধাৰত ধূপদী সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ণয় কৰা। 20 (b) 'ৰহস্যবাদ' কি? নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী ভাবধাৰা কেনেদৰে প্ৰকাশিত হৈছে, বিশ্লেষণ কৰা। 15 (c) মাধৱ কন্দলি অনূদিত 'ৰামায়ণ'ৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰা। 15 ★★★ KVMS-U-ASM/23 4 SB27—18

Questions reproduced from the official paper for study purposes; verify on the exam-conducting body’s official website.


Related — other papers of this exam

No Comments

Post A Comment